SEBA HSLC Translation Assamese to English for Class 10
(1) মীনা যেনেকুৱা বুধিয়ক, লীলাও তেনেকুৱা।
(2) জোনে ৰাতিহে পোহৰ দিয়ে।
(3) তুমি কালি স্কুললৈ গৈছিলানে?
(4) সি ককায়েকক খুব ভাল পায়।
(5)ৰিণ্টুয়ে কৈছিল, "এইটো কি সুন্দৰ পুতলা!"
(6) দিপাংকৰ মোৰ পত্র বন্ধু।
(7) তেওঁক মই 2005 চনৰ পৰা চিনি পাওঁ।
(8) তেওঁ মোক ক’লে, “তুমি কেতিয়াবা শ্বিলঙলৈ গৈছানে?”
(9) মই ক’লো যে মই কেতিয়াও শ্বিলঙলৈ যোৱা নাই।
(10) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।
(11) এসময়ত শ্বিলং অসমৰ ৰাজধানী আছিল।
(12) কমল মোৰ বন্ধু।
(13) আমি একে শ্ৰেণীত পঢ়ো।
(14) যোৱাকালি মই কমলৰ ঘৰলৈ গৈছিলোঁ।
(15) কমলৰ দেউতাকে ডাক্তৰৰ ওচৰলৈ গৈছিল।
(16) মই সিহঁতৰ ঘৰত থাকোতে ডাক্তৰ আহি পালে।
(17) ডাক্তৰে কমলক পৰীক্ষা কৰিলে আৰু ক’লে, “কোনো ভয় নাই ।”